৩ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১০৪৩ - ইংলেণ্ডৰ ৰজা হিচাপে এডৱাৰ্ড দ্য কনফেছৰ অভিষেক।
  • ২০১০ - এপল আই এন চিৰ দ্বাৰা প্ৰথম প্ৰজন্মৰ আইপেড, এক প্ৰকাৰৰ টেবলেট কম্পিউটাৰ মুকলি।
  • ২০১২ - মাইক্ৰ’মেক্স ফানবুক, মাইক্ৰ’মেক্সৰ প্ৰথম টেবলেটৰ মুকলি।

জন্ম

মৃত্যু

  • ১৬৮০ - শিৱাজী, ভাৰতীয় সম্ৰাট, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
  • ২০০৩ - আৰ্থাৰ গাইটন, আমেৰিকান শৰীৰতত্ববিদ।
  • ২০১২ - গোৱিন্দ নাৰায়ন, ভাৰতীয় ৰাজনীতিক, কৰ্ণাটকৰ অষ্টম ৰাজ্যপাল।
  • ২০১৫ - অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া।

দিৱস

বাহ্যিক সংযোগ


তথ্য সংগ্ৰহ