ৱিকিপিডিয়া:প্ৰবন্ধ সঁজুলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাতনি
বিষয়
উল্লেখযোগ্যতা
উৎস
সমল
সামৰণি
চমুপথবোৰ:
WP:WIZARD
WP:WIZ
WP:ARTWIZ

ৱিকিপিডিয়া প্ৰবন্ধ সঁজুলিলৈ আদৰণি জনাইছোঁ!

এই সঁজুলিয়ে আপোনাক ৱিকিপিডিয়াত নতুন প্ৰবন্ধ এটা লিখাত সহায় কৰিব। যিকোনো সহায়ৰ বাবে ৰাইজৰ চ'ৰা বা সাহায্য কেন্দ্ৰলৈ যাওক, বা সোঁফালে ওপৰত থকা Live Help Chat লিংকত ক্লিক কৰক। ৱিকিপিডিয়ানসকল স্বেচ্ছাসেৱীহে, গতিকে সহায় বিচৰাৰ পূৰ্বে ইতিমধ্যে উপলব্ধ লিখিত নিৰ্দেশনা বিচাৰিবলৈ নাপাহৰিব।

আপুনি প্ৰবন্ধ এটা সৃষ্টি কৰিবলৈ সাজুনে?

আপোনাৰ প্ৰথম প্ৰবন্ধ সৃষ্টি কৰাৰ পূৰ্বে ইতিমধ্যে থকা কিছুমান প্ৰবন্ধ সম্পাদনা কৰা উচিত। তথ্যউৎসৰ উল্লেখ নকৰা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা টুটে। তথ্যউৎস দিবলৈ শিকি ল'লে আপোনাৰ সফলতাৰ হাৰ বাঢ়িব।

সম্পাদনাৰ প্ৰাথমিক তথ্যৰ বাবে এই সহায়িকা চাওক।

আপুনি আৰম্ভ কৰাৰ সম্পাদনাৰ কিছুমান প্ৰাথমিক উপাদানৰ সৈতে পৰিচিত হৈ লোৱা উচিত যি আপোনাক সৰু-সুৰা ভুল এৰাই চলাত সহায় কৰিব।

What do you want to do?

পৰীক্ষাগাৰত প্ৰবন্ধ লিখাৰ অভ্যাস কৰক (নতুন সদস্যৰ বাবে) কোনো বিষয়ত প্ৰবন্ধ লিখিবলৈ অনুৰোধ কৰক আন কোনো পৃষ্ঠা সৃষ্টি কৰক (অভিজ্ঞ সদস্যৰ বাবে)